একেবাৰে চুটি কাপোৰ পিন্ধা
ছোৱালী এজনীক ল'ৰা এজনে কলে...
--
ইমান চুটি কাপোৰ যে পিন্ধি আহিছা তোমাৰ মাৰাই একো নকলে নেকি !! . . . . .
ছোৱালীঃ মাৰ বহুত খং উঠিছিল । . . . .
আৰু কৈছিল দ্বিতীয় বাৰ মোৰ এই যোৰ কাপোৰ পিন্ধিলে তোক কিন্তু তামাম পিতিম ।
by: Apurba Haloi

0 Comments