এবাৰ এটা কুকুৰে জংগলেৰে গৈ থাকোঁতে ৰাস্তা হেৰাই গৈছিল৷ তেনেতে এটা বাঘ তেওঁৰ ফালে অহা দেখি ডিঙি শুকাই গৈছিল আৰু ভাবিছিল মোৰ আজি আৰু ৰক্ষা নাই৷
,
,সন্মূখত এডাল শুকান হাড পৰা দেখি কুকুৰে বুদ্ধি কৰি বাঘটোৰফালে পিঠ দি হাডডাল কামুৰি আছিল আৰু জোৰে জোৰে কৈ আছিল যে আজি বাঘটো বহুত মজা লাগিল,,,,,যদি আৰু এটা পাও পেট ভৰাই খাম,,,,,,,,
বাঘটোয়ে এই কথা শুনি ভাবিলে আজি মোৰ ক্ৰিয়াকৰ্ম হ'ব কিজানি,,,এতিয়াই পলাও৷
এইবিলাক ঘটনা ওপৰৰ পৰা এটা বান্দৰে চাই আছিল,,,,আৰু ভাবিছিল কথাবোৰ বাঘটোক ক'লে তেওৰ লগত ভাল বন্ধুও হ'ব আৰু শান্তিতে থাকিব পাৰিম৷ এইবুলি বান্দৰটোৱে বাঘটোক কবলৈ পিছে পিছে গল আৰু কুকুৰটোৱে এইবোৰ নাটক কৰিছিল বুলি ক'লত বাঘটোৱে বান্দৰটোক পিঠিত ওঠাই লৈ কুকুৰটোক মজা বুজাবলৈ আহি আছিল৷
কুকুৰটোৱে এইবোৰ দেখি আকৌ পিঠ ই পিছফাল কৰি দি জোৰে জোৰে ক'লে যে বান্দৰটোক পঠাবলৈ এক ঘন্টা হৈ গ'ল এতিয়াও যে নাহিল কি হ'ল,,,,,,,!!!!
by: Jiarul Hoque Sarkar

0 Comments