'কৃষ্ণা' নামৰ এজনী ছোৱালীয়ে নিজৰ বয়ফেণ্ডলৈ বহুত ফোন
কৰে ।
এদিন সেইহে ৰির্ছাজ আনিবলৈ দোকানলৈ গল--- ......
দাদা ১০ টকাৰ ভোডাফোনৰ এটা ৰির্ছাজ দিবচোন ??
দোকানী : বাইদেউ ১০ টকাত আপুনি ৭ টকা হে পাব !! .. ..
কৃষ্ণা : ঠিক আছে তেন্তে ৩ টকাৰ ছানা দি দিব !! .. ..
খা বাপ্পেকে ভীমকলটো !!
By: Dípankar Nath

0 Comments