এজনী ছোৱালীয়ে তাইৰ বয়ফ্রেন্ডটোক দেউতাকৰ সৈতে চিনাকী কৰাই দিছে ।
ছোৱালীৰ দেউতাক :-- অ' তুমিয়ে আমাৰ এইক বিয়া কৰিব বিচাৰা...
ল'ৰা :-- হয়....
দেউতাক :-- তুমি কি ক'ৰা ?
ল'ৰা :-- আগতে জেলত আছিলো, এতিয়া ওলাই আহি ভাল কাম এটা কৰিব লৈছোঁ....
দেউতাক :--(ধমকিৰে) কি ???? তই জেলৰ ভাত খাই আহি কি সাহসত মোৰ ছোৱালীক বিয়া পাতিব আহিচ্ ? তাৰ আগত কি কৰিছিলি ?
ল'ৰা :-- এজন মানুহক মাৰি পেলালো...
দেউতাক :-- কিয় ?
ল'ৰা :-- কাৰণ, সেই মানুহজনে নিজৰ জীয়েকক মোৰ লগত বিয়া দিবলৈ একমত হোৱা নাছিল ।
দেউতাক :--(নৰম সুৰেৰে) আঁহা, আমাৰ এইৰ লগত তোমাৰ বিয়াৰ তাৰিখটোৰ কথা পাতো ।
--by:Deep Jyoti Nath

0 Comments