By: Sourav Gogoi
দুটা চুৰে ৰাতি মানুহ এঘৰত চুৰি কৰি থকা অবস্থাত আকস্মিক ভাবে প্ৰথম চুৰৰ হাতৰ
পৰা কিবা বস্তু এটা পৰি গল ।ইপিনে গৃহস্থ সাৰে আছিল ।তেঁওলোকে শব্দটো শুনি
মেকুৰীয়ে কিবা পেলাইছে বুলি ভাবি কলে :চু চু চু
সুযোগ বুজি প্ৰথম চুৰটোৱে মাত দিলে :মিউ মিউ মিউ
অলপ পিছত দ্বিতীয় চুৰটোৰ হাত লাগি কিবা বস্তু এটা পৰিল ।এইবাৰ গৃহস্থ সচকিত হৈ কৈ উঠিল:আও,ভিতৰত কি সুমাল ঔ ।
দ্বিতীয় চুৰটোৱে তত্ক্ষণাত মাত দিলে :ইটোও মেকুৰি চাৰ !

0 Comments