By: Sanjeeb Borkakati
(কেৱল জমনীহে কৰিছো দেই, দায়-দোষ
নধৰে যেন… )
★ পৰীক্ষার্থী সকললৈ কেইটামান পৰামর্শ…
১. পৰীক্ষাৰ আগদিনা শিৱমন্দিৰত সেৱা এটা কৰি আহিব - প্রভু, গোটেই কেইদিন বচাবা আৰু …
২.পৰীক্ষালৈ উলাই যোৱাৰ মূহুর্তত সৰস্বতী ফটোখনত তিনিবাৰ মান সেৱা কৰিবলৈ নাপাহৰিব…
৩. বেলিটোলৈ চাই তিনিবাৰ সেৱা কৰি কব -প্রভু, যি কেইটা লৈছো কমন পৰে যেন আউ…
৪. বাটত মন্দিৰ দেখিলে মুৰ দুপিয়াই সেৱা কৰি কব - প্রভু যিকেইটা লৈছো, গোটেইকেইটা যেন ধৰা নপৰাকৈ কৰি আহিব পাৰো !
৫. পৰীক্ষাকেন্দ্রত গৈ কোনজনী ছোৱালী ভাল লাগিছে, তাকে চাই নুফুৰিব !
৬. বেল নাবাজোতেই টেবলেট পুৰিয়া বিলাক সাজু কৰি থব…
৭. টেবলেট বিলাক আপুনাৰ ভৰিৰ তলত নেপেলাব, এক্সটাৰনেল আহিলে বিপদ হব পাৰে ! যিমান পাৰে পকেটতে ৰাখি যাব !
৮. জৰুৰীকালীন অৱস্থাত টেৱলেটটো চুবাই চুবাই গিলি দিব!
৯.মবাইল চাইলেন্টত ৰখাব ! যাতে কোনো প্রশ্নৰ উত্তৰ মেছেজত আহিলে আনে গম নাপায় !
১০. লগৰ জনৰ বহীখন চাই চাই লিখোতে অলপ সাৱধান হব ! লিখি থকাৰ সময়ত অলপ মুৰ তুলি ইফালে - সিফালে চাই থাকিব, যাতে যিকোনো সময়তে এক্সটাৰনেলে আহি আপু ধৰা পেলাব নোৱাৰে !
১১. প্রশ্নখন দিয়াৰ লগে লগে তিনিবাৰ মান অমুকাৰ নামটো মনতে স্মৰন কৰি লব, তেতিয়াহে আপুনাৰ পকেটত থকা গোটেইবোৰ কমন পৰিব !
১২. ১ৰ পৰা ১১ লৈকে পহাৰ পাচতো আপুনি গম নাপালে যে মই এটা নিলিখিলোৱেই !
১৩. এতিয়া আপুনি আকৌ ১ৰ পৰা ১১ লৈকে লুটিয়াই চাইচে আৰু মনতে ভাৱিচে - চব তু ঠিকেই আছে !

গতিকে পৰীক্ষার্থী সকলকো জনাও যে, পৰীক্ষাতো বহীখন এনেকৈ মনোযোগেৰে লুটিৱাই লুটিয়াই চাই ! আৰু যেতিয়াই মনতে ভাৱিব - চব তু থিকেই
আছে বুলি তেতিয়াই বহীখন দি দিব আৰু দোকানত আহি সাউতকৈ মিঠাপান এখন খাই দিব !
শেষত সকলো পৰীক্ষার্থীলৈকে শুভেচ্ছা থাকিল !

0 Comments