Monday 1 September 2014

দেউতা আহিব নোৱৰে

by: Khirod Dutta

এজন চাত্ৰক স্কুলত শিক্ষকে পাঠ পঢ়িব দিলে পাঠ পঢ়িব নোৱাৰা দুখত তাক শিক্ষকে থিয় হৈ কানত ধৰিব দিলে.................
ছাত্ৰজনে এখন কানত ধৰি থিয় হোৱা দেখি শিক্ষকে খংঙেৰে কলে এখন হাতেৰে কানত ধৰিছ যে সিখন হাতেৰেও ধৰ...............
ছাত্ৰ জনে পুনৰ এখন হাত তলত ৰাখি আনখন হাতেৰে কানত ধৰিল............
শিক্ষকজনে খংঙতে চেকনিৰে একোব দি কলে দুইখন হাতেৰে কানত ধৰ.........................................
.....
বেচেৰা ছাত্ৰজনে কান্দি- কান্দি কি কলে জানে ছাৰ আপুিনি কলে কি হব মোৰ পেন্টটো ধিলা হয় সেই কাৰণে মই দুইখন হাতেৰে কানত ধৰিব নোৱোৰো..................
তাৰ পাছত শিক্ষক জনে উপায় নাপায় কলে ....ঠিক আছে কালিলৈ তোৰ দেউতাৰক স্কুললৈ মতা বুলি কবি........
ছাত্ৰজনে তপৰাই কলে দেউতা আহিব নোৱৰে .........তেতিয়া শিক্ষক জনে লৰাটোক চেকনিৰে খোব কোৱালে..............তথাপিও ছাত্ৰজনে কান্দি- কান্দি কি কলে জানে-
ছাৰ দেউতা আহিলে মই আহিব নোৱাৰিম আৰু যদি মই আহো দেউতা আহিব নোৱাৰে
কাৰণ.................
...........................
...............................
...............................
................................
.................................
দেউতা আৰু মোৰ পেন্ট একেটাই।।।

No comments:

Post a Comment