পিকনিকত অকলে অকলে টিঙৰ বাছন টো ডাঙি 'বাবলু' ৰ তামাম ককালৰ বিষ !
উপায় নাপায় ঘৈণীয়েক 'অনামিকা বৌ' ক প্রতিবেশী 'ঘূগু দা' ঘৰৰ পৰা " ম'ভ " টো আনিব খাটনি ধৰিলে ।
'বৌ' য়ে আকৌ বাবলুক অকনো ভয় নকৰে, ফেপেৰি পাতি উত্তৰ দিলে--
.... এই নোৱাৰো দেই মই 'ঘূগু দা' ৰ ঘৈণীয়েক জনী ইমান চিকতা, নিদিব ! ৰাতিপুৱাতে মই লাজত পৰিম ।
..
..
বাবলু : ইমান চিকতা মানুহ নে সাধাৰণ " ম'ভ " টোকে নিদিয়ে ।
....যা যা আলমাৰিতে আমাৰ টো আছে, তাকে লৈ আহ !!
By: Dípankar Nath

0 Comments