বন্ধুসকল, আপোনালোকে জানেই 'বাবলু'ৰ ঘৰ গুৱাহাটীত..
নিতৌ ছিটিবাছে ঘৰৰ পৰা দোকানলৈ 'আহ-যাহ' কৰে ...!
আজি ও আহিল এখন ছিটিবাছত উঠি দোকানলৈ বুলি...
কাষৰ ছিট টোত এজনী ভদ্র মহিলা নিজৰ দুবছৰীয়া ল'ৰাটোৰ সৈতে সৈতে বহি আহিছে ।
ল'ৰাটোৰ হাতত এটা মিঠাই পেকেট,
.....সি খোৱা নাই, হাতত লৈ পেকেটটোৰ সৈতে খেলি আছে ।
মাক : সোণটো, জল্দি মিঠাই খিনি খাই লোৱা নহ'লে কাষত বহি থকা খুড়াজনক খাবলৈ দি দিম !
নাই বাচ্ছা টোয়ে খোৱা নাই, সম্ভবত: তাৰ ভোক নাছিল !!
মাকে আকৌ ক'লে --
.....সোণটো জল্দি খাই লোৱা নহ'লে খুড়াক দি দিম !
..
..
..
..
এইবাৰ বাবলুয়ে গৰজি উঠিল---
খুড়ী, জল্দি দিয়ে যদি দিয়ক মিঠাইখিনি, আপোনাৰ মিঠাইখিনিৰ লোভতে মই তিনিটা বাছ ষ্টেপ বেছিকৈ আগুৱাই আহিলো ।
By: Dípankar Nath

0 Comments