যুগান্ত দা ইঞ্জীনিয়াৰ কৰি থকা দিনৰ কথা…
সন্ধিয়া বৌৰ পৰা বজাৰৰ লিষ্ট খন লৈ চাৰিআলিৰ দৈনিক বজাৰৰ ফালে যুগান্ত দা উলাই গৈছে !
চাৰিআলি পাওতেই ফটা-চিতা কাপোৰ পিন্ধা মানুহ এজন আহি যুগান্তদাক কলে
: হেৰা, ইমান ডেকা লৰাটো হৈ তুমাৰ পইচা খুজিবলৈ লাজ লগা নাই…
: নহয় মানে দাদা মই গার্লফেন্দক ফোন এটা কৰিব লাগে ! সেয়ে…
: কি…? আচৰিত ! ভিক্ষাৰিৰো গার্লফেন্দ থাকে…
: দাদা, মোক ভিক্ষাৰি বুলি নকব দেই, মই ভিক্ষাৰি নহয় !
সচা কথা কবলৈ হলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
. .
মোৰ গার্লফেন্দেহে মোক ভিক্ষাৰি বনাই পেলালে ! নহলে ময়ো আপুনাৰ দৰে এজন ইঞ্জীনিয়াৰেই আছিলো !
By: Sanjeeb Borkakati

- দাদা দাদা, ভগবানৰ নামত ১০ টকা এটা দান কৰক প্লিজ…

0 Comments