যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -
১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?
দত্ত: কোনটো বেমাৰ? মই একো বুজা নাই....!!!
২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?
দত্ত: তোক কেলে লাগে বে? তই জানি কি কৰিবি? চিনি পোৱা নাই মই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###
0 Comments