এদিনাখন শইকীয়ানি ঘৰত নথকাৰ সুবিধাতে শইকীয়া
ডাঙৰীয়াই তেওঁ তেখেতৰ পি এ জনীক ঘৰলৈ আড্ডা
মাৰিবলৈ বুলি লৈ আহিল ।
তেনেতে শইকীয়াৰ একমাত্রসৰু লৰাটো স্কুলৰ পৰা আহি পালে ।
তাক অহা দেখা পাই মাত্রকে শইকীয়াই পুত্রক বুজাব ধৰিলে যে যাতে মাকক দিপাঞ্জলী আণ্টিক ( পি এ জনী )ঘৰলৈ লৈ অহা বুলি নকয় ।
দেউতাকৰ বুজনি পাই পুতেকে লগে লগে উত্তৰ দিলে
ইঃ আপুনি দেউতা একোৱে চিন্তা নকৰিব মই কোনো দিনে মাক এইবোৰ নকও মই কোনোদিন আপোনাক কৈ পাইছো নেকি যে
মায় সদায় সদায় আপুনি অফিচত যোৱাৰ পিছত দাস আংকলৰ তাত যায় ।
( সংগ্রহ )
By: সঞ্জীৱ তালুকদাৰ

0 Comments