মাষ্টৰ: ঐ দত্ত, হোমৱৰ্ক কেলে কৰি অনা নাই?
পোৱালি দত্ত: ঐ চাৰ, মই হোষ্টেলত হে থাকোঁ; হোমত নাথাকোঁ নহয়/
কেনেকে কৰিম " হোম-ৱৰ্ক"?
......................................................................
দত্তই এজনী মুৰ্গী সজা এটাত ভৰাই চাইকেলেৰে হাটৰ পৰা ঘৰলৈ গৈ আছিল|
বাটতে কিবা কিনিবলৈ দোকান এখনত সোমাল|
তেতিয়াই ট্ৰাক এখনে চাইকেল মুৰ্গী দুয়োটাকে মহতিয়াই নিলে|
দত্তই হাউ হাউ কৈ কান্দিব ধৰিলে|
কলিতা দোকানী: হাউ, কিয় কান্দিছা?
দত্ত: মুৰ্গীটো মৰি গ’ল...
কলিতা: হাউ, ২৪০০ টকাৰ চাইকেল ভাঙি গ’ল...
তাৰ কাৰণে নাকান্দি মুৰ্গীৰ কাৰণে কিয়া কান্দছা?
দত্ত: মুৰ্গীটোৱে ডেইলী দুটা কণী পাৰে/ চাইকেলে থোড়ে না পাৰে?
ভ্যা ভ্যাঁ.....
By: Santanu Changmai

0 Comments