[নতুনকৈ টেটতৰ(TET) চাকৰি পাই ছাৰ এজন
নতুন
স্কুল এখনলৈ গল স্কাচ এটাত সোমাল সকলো লৰা বহাৰ
পৰা থিয় হল]
ছাৰঃ বহা বহা,
সকলো বহিল, (কিন্তু এজন লৰা থিয় হয় থাকি টেতুফলা চিঞৰত কান্দিব ধৰিলে)
ছাৰঃ অই তই কিয় কান্দিছ অ কিয় কান্দিছ মই তোক কি কৰিলো বাউ..... ?
লৰাঃ সেইটো কথা নহয় ছাৰ এ এ এ এ......
ছাৰঃ সেই এইটো মনে মনে থাক চোন নাকান্দিবি চোন ৰ কচোন ক কয়াটো কি
লৰাঃ মানে ছাৰ যোৱা দেওবাৰে আমাৰ বৰ মৰমৰ কলী গাভিনী ছাগলী জনী মৰিল
ছাৰঃ অ তোৰ হবলা আজি হে কান্দিবলৈ মনত পৰিল হে হে হে
লৰাঃ নহয় ছাৰ সেইদিনা খনো মই খুব কান্দিলো তাৰ পিছত মই পাহৰি গৈছিলো কথাটো কিন্তু আজি আকৌ
ছাৰঃ কচোন ক কিন্তু আজি আকো কি হল তোৰ?
লৰাঃ মানে ছাৰ আজি আপোনাৰ দাৰি খিনি দেখি আকৌ কলী ছাগলী জনীলৈ চিৰিং কৈ মনত পৰি গল আমাৰ ছাগলীগনীৰো আপোনাৰ দৰে দীঘল দীঘল দাৰি আছিল এ এ এ এ এ
..... শ্বেয়াৰ কৰক ৰাইজ
By:Khudit Saikia

0 Comments