বেংকৰ পৰা ঋণ লৈ ৰাকেশে বলেৰ’ এখন কিনিলে। কিন্তু কি হ’ব।
ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ গৈ বলেৰ’খন টানি লৈ গ’ল।
ৰাকেশৰ আক্ষেপ—জীৱনত ডাঙৰ ভুল এটা কৰিলোঁ।
বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে ৰাকেশে এতিয়া দুখ কৰিছে।
বন্ধুৱে ৰাকেশক সান্ত্বনা দি ক’লে—যি হ’ল, হ’ল আৰু দুখ কৰিব নালাগে।
এতিয়া গাড়ীখন কিদৰে ওভতাই আনিব পাৰি, সেই ব্যৱস্থা কৰিব লাগে।

0 Comments