Naba Krishna Deka
বাপৰে ... বাছখনত কি ভিৰ ?... কিবাকৈ ওপৰফালে থকা লোহাডালত ধৰি লৈ গৈ আছো ।... মোৰ পিচফালে পিঠিয়া পিঠিকৈ বিপৰীত ফালৰ লোহা ডালত ধৰি ঠিয় দি গৈছে এজন ভদ্রলোক ।...
:"হেৰি কিয় টিকা খজুৱাই আছে !"... হঠাত্ ভদ্রলোকে মোক উদ্দেশ্য কৰি কলে ।...
:"কিয় খজুৱাইছে মানে !মোৰ টিকা খজুৱাইছে সেইবাবে খজুৱাইছো তাতে আপোনাৰ কি হ'ল ?"... ময়ো বাপ্পেকে অলপ ফায়াৰ হৈয়েই কলো ।...
:"হেৰি, কি মানুহ হে' আপুনি ?.. আপোনাৰ টিকা খজুৱাইছে যদি আপোনাৰ টিকা খজুৱাওঁক ; মোৰ টিকাত আকৌ কিয় খজুৱাই আছে হে' ?"... ভদ্রলোকজনে মোক ডবিয়াই উঠিল ।...
...বৰ লাজ পালো বুজিছে ! গোটেই বাছৰ মানুহে মোক চিৰিয়াখানাৰ ভালুক চোৱাদি ঘূৰি ঘূৰি চাই গির্জনী মাৰি হাঁহিলে ।...

0 Comments