এবাৰ আমাৰ News LiTe চেনেলত চন্দন প্ৰতিম ধৰ্ম বৰদৈলৈয়ে এজন খেতিয়কক মাতি আনি সাক্ষাত্কাৰ পাতিলে।
বৰদৈলৈ : স্বাগতম জনাইছো আপোনাক আমাৰ চেনেললৈ।শুনিছো আপুনি এজন আদৰ্শ খেতিয়ক, আপুনি আপোনাৰ গৰুক কি খুৱাই?
খেতিয়ক: কোনটোক বগাতোক নে ক'লাতোক?
: বগাতোক
: ঘাঁহ খোৱাও
: আৰু ক'লাতোক?
: তাকো ঘাঁহ খোৱাও।
: ধন্যবাদ, আপুনি গৰু দুটাক ক'ত ৰাখে?
: কোনতোক বগাতোক নে ক'লাতোক?
: বগাতোক
: গোঁহালীত
: আৰু ক'লাতোক?
: তাকো গোঁহালীত
: ধন্যবাদ, আপুনি গৰু দুটাক কিহেৰে গা ধুৱাই?
: কোনতোক বগাতোক নে ক'লাতোক?
: ক'লাতোক
: নদীৰ পানীৰে
: আৰু বগাতোক?
:তাকো নদীক পানীৰে।
(চন্দন প্ৰতিম ধৰ্ম বৰদলৈ খংত জ্বলি পকি) : যদি দুইতাৰে চব একে কৰে তেন্তে বগাতো নে ক'লাতো বুলি কিয় শুধে?
খেতিয়ক : কাৰন বগা গৰুতো মোৰ।
: আৰু ক'লা গৰুতো?
: হেইতোও মোৰ...
By:লক্ষ্য জ্যোতি নাথ

0 Comments