যোৱা বছৰ মাঘ বিহুৰ নিশাঃ
সন্ধ্যা ঘৰৰ ওচৰৰ মানুহঘৰলৈ গৈছিলো ।ৰাষ্টাতে সৰু সৰু ল'ৰা দুটায়ে চিগাৰেট টানি আছে ।সৰু মানে নৱম মানত পঢ়ি আছে আৰু ।মোক দেখি ভয়তে তাতে চিগাৰেটটো পেলাই দৌৰ দিলে ।মই অলপ ধমক দিলো ,ৰ ৰ ,বাপেৰক লগাই দিম তঁহতৰ কথা ।
চিগাৰেটটো জ্বলিয়ে আছে ।মই উঠাই ললো ।ধেত্ তেৰি বেচেৰা কেইটায়ে জ্বলাইছিল হে ।ইফাল সিফালে চাই ময়ো টেষ্ট অলপ কৰো বুলি মুখলৈ নিছোহে মোৰ পিতাই মোৰ মুখৰ আগত ।খা এতিয়া চিগাৰেট ।ভয়তে কঁপি আছো ।কি কৰো এতিয়া ।
মাৰে কাম কৰিব বিছাৰি আছে ,ইয়াত চিগাৰেট টানিব আহিচ ।দিলে পাতচ পাতচ দুপাত ।
চিগাৰেটটো তাতে পেলাই ঘৰলৈ ঘুৰি আহিলোং আউ দেই !
By: Nang Niva Gogoi

0 Comments