দিপাংকৰ: দেউতা দেউতা মই পৰীক্ষাত পাছ কৰিলে কি দিবানো?
.
দেউতাক: তোক যি লাগে তাকে দিম । ক কি লাগিব? .
দিপাংকৰ: এখন চাইকেল দিবা ।
দেউতাক: হ'ব ।
দিপাংকৰ: আৰু যদি ফেইল কৰো?
দেউতাক: ১৫ খন চাইকেল দিম ।
দিপাংকৰ: উৱা. . . . এইটো আকৌ কেনেকুৱা কথা ।
দেউতাক: ফেইল কৰিলে আৰু স্কুল গৈ ফালিব নালাগে । চাইকেল দোকানকে খুলিবি ।
By: Princess Kaku Gogoi

0 Comments