এদিনৰ কথা|
দত্তকাই তেতিয়া সৰু আছিল...|
মাকৰ লগত দোকানলৈ গ’ল| মাকে কিনি আছে, আমাৰ দত্তই কিবা কিবি চাই ফুৰিছে| পিৰিক পাৰাক পিৰিক পাৰাক|
লাষ্টত যেতিয়া মাকৰ চব বস্তু কিনি অঁতাই হ’ল, পোৱালি দত্তই থেনথেনাবলৈ ধৰিলে- "মা মা, মোক সেই বান্দৰ পোৱালিটো লাগে লাগে|"
দোকানী: কোনটো?
দত্ত: সেইটো...
দোকানী: হে হে হে হে... সেইটো বান্দৰ নহয় নহয়/ সেইখন আইনা হে....
By Dibyamohan Gogoi

0 Comments