এদিনাখন আমাৰ দেশৰ প্রধান মন্ত্রী মনমোহন সিং
ডাঙৰীয়াই বৰপেটাত এটা ৰাস্তৰ ওপৰত এখন
নতুনকৈ বনোৱা দলং এখনৰ শুভাৰাম্ভ কৰিবলৈ
আহিলে
কিন্তু সিং ডাঙৰীয়াৰ শুভ উদ্বোধনী ভাষন দিওতে অলপ দিকদাৰ পালে ।
কাৰন তেও যিটো ৰাস্তাৰ ওপৰত দলং খন বনাইছে সেই ৰাস্তাটোৰনাম টো তেও নেজানে ।
সেয়েহে তেও ৰাস্তাটোৰ নামটো জানিবলৈ ৰাইজৰ পৰা ৰাস্তাটোৰ নামটো জানিবলৈ তেওঁ ৰাইজক হিন্দিতে সুধিলে
দেবী ঔৰ চজ্জনো আপ লগোকে বিছ মে চে কৈ বাতা চেকটেহো কিয়া ইচ Road কা নাম ।
তেনেতে আমাৰ সকলোৰে প্রিয় সেনাপতি দাই ৰাইজৰ মাজৰ পৰা ঘপহ কৰি থিয় হ খপহ কৰে কলে
Sir জি ইচ Road কা নাম হায় " " " " " " ' " " " "
টিকা ফাটা Road ।
By: সঞ্জীৱ তালুকদাৰ

0 Comments