চোৰ এটাই চোৰ কৰি ধৰা পৰাৰ পাছত বিচাৰকে তাক সুধিছে ।
বিচাৰক: তেনে হ'লে তই চাৰিবাৰকৈ চোৰ কৰাৰ পাছত ধৰা পৰিছ ।
চোৰ: হয় চাৰ । বিচাৰক: তই কি চোৰ কৰিছিলি?
চোৰ: চাৰ মই চাৰিযোৰ dressচোৰ কৰিছিলো ।
বিচাৰক: তই তিনিবাৰ চোৰ কৰাৰ পাছত আকৌ কিয় আহিছিলি?
চোৰ: প্ৰথম তিনিযোৰৰ ৰং মোৰ ঘৈণীৰ পছন্দ নাছিল চাৰ ।
by: Princess Kaku Gogoi

0 Comments