মস্তানা নামৰ এটা ভিক্ষাৰীয়ে লগৰ ভিক্ষাৰীটোক কৈছে,
- ঐ জান, আজি মই ৰাস্তাত ১০০০ টকা হেৰাই পালো|
- হেই, সঁচাকৈ কৈছনে তই? বাৰু পইচাটো কি কৰিলি ?
- ফালি পেলাই দিলো!
- কিয় !!!!!
.
.
.
.
.
.
ধেত, সেইটো নকল আছিল, ১০০ টকাৰ নোটত তিনটা শূন্য কেতিয়াবা দেখিছ হ’বলা?
http://www.facebook.com/asomiyakoutuk

0 Comments