কলিতা: হোঁ এইখন লোৱা
কলিতানী: কি হা এইখান?
কলিতা: ঔ এইখান কুকিং বুক
কলিতানী: হাউ... হাও ডেয়াৰ ইউ গিভ মি দিছ বুক?
কলিতা: হাউ! মই দিয়া নাই ঔ, সেই যে কালি তুমি ভিক্ষাৰীটোক দিবলে দিছিলা তুমি ৰন্ধা বিৰিয়ানীখিনি, সেইখিনি খায়েই আজি ই এইখন কিতাপ তোমাক দিবলে দিছে হে- " হাউ টু কুক নাইচ ফুড"
by Changmai
0 Comments