Monday 7 May 2012

English Alphabet: 52 Letters‎

নয়নৰ মতে ইংৰাজী বর্ণমালাৰ সংখ্যা ৫২ টা।




কেনেকৈ?




সৰুফলা ২৬ টা আৰু ডাঙৰফলা ২৬ টা।




এদিন মনে মনে তাৰ ডায়েৰীখনৰ পাত কেইটামান লুটিয়াই চাওতে দেখিলো।
লগতে লিখা আছে - ইউৰেকা, ইউৰেকা।







Contributed by Pranab Jyoti

No comments:

Post a Comment