Monday 10 September 2012

MORNING BLUES

মাক- থুলুক, ইমান দেৰিলৈকে শুই থাক কেলৈ? পুৱা সোনকালে উঠি অলপ কাম-চাম কৰিলেহে জীৱনত ডাঙৰ মানুহ হ'ব পাৰিবি ?"

থুলুক চকু মোহাৰি মোহাৰি-

হবই নোৱৰে মা, তেনে হোৱা হ'লে পেপাৰৱালা আৰু গাখীৰৱালা দুনীয়াত আটাইতকৈ ডাঙৰ মানুহ হ'ল হয়। এতিয়া শুবলে দে... "

____________________________________
-সঁচা কথা ক'লে থুলুক বেয়া- (হিঃহিঃহিঃহিঃহিঃ)

by Ractim G

No comments:

Post a Comment