Friday 11 May 2012

Shop like a Wise Man

Ranjit দা আজি গধূলি পাচলি আনোগৈ বুলি বজাৰৰ ফালে ওলাই গৈছিল । ইটো সিটোকে পাচলিৰ দামবোৰ সোধিলে । জিকা দুটামান দেখি খুব মন গ'ল দাদাৰ মাছৰ স'তে জিকা দিয়া এসাঁজ খাবলে'
ভবা মতেই কাম, বেপাৰীক সুধিলে __ বোলো ককাই জিকাৰ দাম কিমান ?
বেপাৰীয়ে ক'লে __ আধা কেজিত ২৫ টকা দাদা ।
আমাৰ ৰণজিৎদাই 'লে __ আউ বৰ দাম হে, ইমান দামী পাচলি খাব নোৱাৰিম দেই ।
জিকা খোৱাৰ কথা মনতে সামৰি দাদাই বেপাৰীক সোধিলে__ দাংবদিৰ দাম কিমান ?
বেপাৰী কাইটিয়ে ক'লে __ পোৱাত ১৫ টকা দাদা ।
আমাৰ দাদাই ক'লে__ দিয়া তাকেই এপোৱা দিয়া, জিকা বৰ দাম ! আজি দাংবদিকে খাওঁ ।
 Contributed by Tulika

No comments:

Post a Comment